শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

অমিতাভ বচ্চনৰ নতুন ছবি ‘ঝাণ্ড’ ৰিলিজৰ নিষেধাজ্ঞা বাতিল কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ…

274

ডিজিটেল ডেল্কঃ অমিতাভ বচ্চনৰ আগন্তক ছবি ‘ঝাণ্ড’ সন্মুখীন হৈছে সমস্যাৰ।বুধবাৰে  উচ্চতম ন্যায়ালয়ে চিনেমাখনৰ প্ৰদৰ্শনৰ ওপৰত কৰা নিষেধাজ্ঞা উঠাই ল’বলৈ অস্বীকাৰ কৰিছে। উল্লেখ্য যে উচ্চ ন্যায়ালয়ে কপিৰাইট বিতৰ্কৰ সন্দৰ্ভত ছবিখনৰ প্ৰদৰ্শন নিষিদ্ধ কৰিছিল আৰু তেলাংগানা উচ্চ আদালতৰ নিৰ্দেশৰ বিৰুদ্ধে দাখিল কৰা আবেদন খাৰিজ কৰিছিল।

মুখ্য ন্যায়াধীশ এছএবোবডে , ন্যায়াধীশ এএছ বোপান্না আৰু বি ৰামাসুব্ৰমনীয়ানৰ বিচাপীঠে উচ্চ ন্যায়ালয়ৰ ১৯ অক্টোবৰৰ আদেশৰ বিৰুদ্ধে চুপাৰ কেছেট ইণ্ডস্তিজ (টি চিৰিজ)ৰ আবেদন নাকচ কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি