দেওবাৰে গুৱাহাটীত উপস্থিত হ’বহি গৃহ মন্ত্ৰী অমিত শ্বাহ…

দেওবাৰে গুৱাহাটীত উপস্থিত হ’বহি গৃহ মন্ত্ৰী অমিত শ্বাহ…
  • দেওবাৰে গুৱাহাটীত আহি উপস্থিত হ'বহি গৃহ মন্ত্ৰী অমিত শ্বাহ।
  • দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব গৃহমন্ত্ৰীগৰাকী।
  • দিনৰ প্ৰায় ১২.৩০ বজাত অংশ ল'ব নৰ্থ-ইষ্টাৰ্ণ কাউন্সিলৰ ৬৮ সংখ্যক প্লেনেৰী ছেছনত।
  • গুৱাহাটীৰ, জৱাহৰনগৰৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব এই সন্মিলন।
  • উল্লেখ্য যে, চূড়ান্ত এন আৰ চি প্ৰকাশৰ পাছত এয়াই তেওঁৰ প্ৰথম অসম ভ্ৰমণ।
  • গৃহমন্ত্ৰীগৰাকীক আদৰণি লগতে সম্বৰ্দ্ধনা জনাবলৈ ভাৰতীয় জনতা পাৰ্টিৰ জিলা আৰু মণ্ডলৰ কাৰ্যকৰ্তাই নিম্নলিখিত স্হান সমূহত উপস্থিত থাকিব-
  • (১) কাহিকুছি
  • (২) ধাৰাপুৰ
  • (৩) গুৱাহাটী বিশ্ববিদ্যালয়
  • (৪) হোটেল ৰেডিছন ব্লুৰ সন্মুখত
  • (৫) লখৰা চাৰিআলি
  • (৬) বেলতলা তিনি আলি
  • তাৰপাছত দিনৰ প্ৰায় ১২.২৫ বজাত বেলতলা তিনি আলি হৈ পোনে পোনে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত উপস্থিত হ'ব ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in