শেহতীয়া খবৰ
উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ প্ৰবন্ধক সঞ্জীৱ ৰায়ৰ বৰপথাৰ পৰিদৰ্শন  •  দিল্লীৰ শ্বাহীন বাগত অব্যাহত আছে মহিলাৰ ‘কা’-এনআৰচি বিৰোধী প্ৰতিবাদ...  •  জম্মু-কাশ্মীৰৰ অৱন্তীপুৰাত আৰক্ষী-নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী...  •  ‘কা’, এনআৰচি, এনপিআৰৰ বিৰুদ্ধে দাৰ্জিলিঙত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিবাদী সমদল বাহিৰ...  •  দিল্লীৰ বিধানসভা নিৰ্বাচনঃ বিজেপিৰ ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ  •  পাকিস্তান এক ধৰ্মৰ দেশ, আনকি আমেৰিকাও ধৰ্মশাসিত দেশ, ভাৰত কেৱল ধৰ্ম নিৰপেক্ষ দেশঃ ৰাজনাথ সিং  •  দেশৰ আন প্ৰান্তৰ সৈতে অসমত ’কা’ৰ প্ৰসংগ নিমিলেঃ সৰ্বোচ্চ ন্যায়ালয়ৰ স্পষ্ট মন্তব্য…  •  দেশৰ আন প্ৰান্তৰ সৈতে অসমত ’কা’ৰ প্ৰসংগ নিমিলেঃ সৰ্বোচ্চ ন্যায়ালয়ৰ স্পষ্ট মন্তব্য…  •  অমিত শ্বাহক সমালোচনা প্ৰশান্ত কিশোৰৰ, ক’লে- ‘যদি আপুনি কা বিৰোধী প্ৰতিবাদক গুৰুত্ব নিদিয়ে, তেন্তে...’  •  মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি সচিবালয়ত ঘণ্টাধৰি অপেক্ষা নিজৰে দলৰ সাংসদৰ…

দেওবাৰে গুৱাহাটীত উপস্থিত হ’বহি গৃহ মন্ত্ৰী অমিত শ্বাহ…

259
  • দেওবাৰে গুৱাহাটীত আহি উপস্থিত হ’বহি গৃহ মন্ত্ৰী অমিত শ্বাহ।
  • দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব গৃহমন্ত্ৰীগৰাকী।
This image has an empty alt attribute; its file name is ED4NCvCVAAA2eDW.jpg
  • দিনৰ প্ৰায় ১২.৩০ বজাত অংশ ল’ব নৰ্থ-ইষ্টাৰ্ণ কাউন্সিলৰ ৬৮ সংখ্যক প্লেনেৰী ছেছনত।
  • গুৱাহাটীৰ, জৱাহৰনগৰৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব এই সন্মিলন।
  • উল্লেখ্য যে, চূড়ান্ত এন আৰ চি প্ৰকাশৰ পাছত এয়াই তেওঁৰ প্ৰথম অসম ভ্ৰমণ।
  • গৃহমন্ত্ৰীগৰাকীক আদৰণি লগতে সম্বৰ্দ্ধনা জনাবলৈ ভাৰতীয় জনতা পাৰ্টিৰ জিলা আৰু মণ্ডলৰ কাৰ্যকৰ্তাই নিম্নলিখিত স্হান সমূহত উপস্থিত থাকিব-
  • (১) কাহিকুছি
  • (২) ধাৰাপুৰ
  • (৩) গুৱাহাটী বিশ্ববিদ্যালয়
  • (৪) হোটেল ৰেডিছন ব্লুৰ সন্মুখত
  • (৫) লখৰা চাৰিআলি
  • (৬) বেলতলা তিনি আলি
  • তাৰপাছত দিনৰ প্ৰায় ১২.২৫ বজাত বেলতলা তিনি আলি হৈ পোনে পোনে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত উপস্থিত হ’ব ৷
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি