সংবাদ মাধ্যমৰ সমুখলৈ কিয় এবাৰো অহা নাই প্রধানমন্ত্ৰী? প্ৰশ্ন শুনি নিমাত অমিত শ্বাহ

সংবাদ মাধ্যমৰ সমুখলৈ কিয় এবাৰো অহা নাই প্রধানমন্ত্ৰী? প্ৰশ্ন শুনি নিমাত অমিত শ্বাহ
  • নতুন দিল্লীত বিজেপি সভাপতি অমিত শ্বাহৰ সংবাদমেল।
  • সাংবাদিকে প্ৰশ্ন কৰিছিল- যোৱা ৩ বছৰত এখন সংবাদমেলো কিয় দিব নোৱাৰিলে প্রধানমন্ত্ৰীয়ে?
  • ৰাহুল গান্ধীৰ প্ৰসংগ উত্থাপনেৰে সাংবাদিকে সুধিছিল এই প্ৰশ্ন।
  • সংবাদমেল দিব নোৱৰাক লৈ প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিছিল ৰাহুল গান্ধীয়ে।
  • সাংবাদিকৰ এই প্ৰশ্নৰ উত্তৰ দিবলৈ অপ্ৰস্তুত হ'ল শ্বাহ।
  • শ্বাহে ক'লে- সম্বিত পাত্ৰজীয়ে উত্তৰ দিব ইয়াৰ। পাৰ্টীৰ হৈয়ে উত্তৰ দিব তেওঁ।
  • মমতা বেনাৰ্জী প্ৰসংগতো সৰৱ হ'ল অমিত শ্বাহ।
  • পশ্চিমবংগত ৰথ যাত্ৰাৰ অনুমতি নিদিয়াক লৈ অমিত শ্বাহৰ প্ৰতিক্ৰিয়া।
  • 'বিজেপিৰ উত্থানত শংকিত হৈছে মমতা বেনাৰ্জী।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in