বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিশাল ৰোড শ্ব’…

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিশাল ৰোড শ্ব’…
  • গুজৰাটৰ আহমেদাবাদত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিশাল ৰোড শ্ব'।
  • ৰোড শ্ব'ত অংশ গ্ৰহণ হাজাৰোধিক বিজেপি সমৰ্থকৰ।
  • আহমেদাবাদ'(পূৱ) লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হছমুখভাই সোমভাই পেটেলৰ হৈ নিৰ্বাচনী প্ৰচাৰ অমিত শ্বাহৰ।
  • সমষ্টিটোৰ বৰ্তমানৰ বিজেপি সাংসদ পৰেশ ৰাৱালে এইবাৰ লাভ নকৰিলে টিকট।
  • ২৩ মে'ত সমষ্টিটোত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in