কোকৰাঝাৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে অঘটন…

কোকৰাঝাৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে অঘটন…
  • কোকৰাঝাৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে অঘটন ।
  • কোকৰাঝাৰত ৰবিবাৰে অমিত শ্বাহৰ বিশাল জনসভা।
  • বিটিআৰ চুক্তিৰ প্ৰথম চুক্তি দিৱস উপলক্ষে অনুষ্ঠিত হবলগীয়া সভাত অংশ লব অমিত শ্বাহে ।
  • অমিত শ্বাহৰ ভ্ৰমনৰ পূৰ্বে দুৰ্ষ্কৃতিকাৰীয়ে ফালিলে অমিত শ্বাহৰ আদৰণি পোষ্টাৰ ।
  • হাগ্ৰামা মহিলাৰীৰ বাসভৱনৰ পৰা ২০০ মিটাৰ নিলগত থকা বৃহৎ বৃহৎ আদৰণি পোষ্টাৰ ফালিলে দুৰ্ষ্কৃতিকাৰীয়ে ।
  • এই বিষয়ক লৈ প্ৰমোদ বড়োৰ প্ৰতিক্ৰিয়াঃ দাদাগিৰি সহ্য কৰা নহব ।
  • অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিলে সুদাই এৰা নহব বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in