ছো’ৱাইন ফ্লুত আক্ৰান্ত অমিত শ্বাহ, টুইটাৰ যোগে সকলোৰে পৰা আৰ্শীবাদ বিচাৰিলে শ্বাহে

ছো’ৱাইন ফ্লুত আক্ৰান্ত অমিত শ্বাহ, টুইটাৰ যোগে সকলোৰে পৰা আৰ্শীবাদ বিচাৰিলে শ্বাহে
  • ছো'ৱাইন ফ্লুত আক্ৰান্ত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।
  • বুধবাৰে নিশা এইমছত ভৰ্তি কৰোৱা হয় শ্বাহক।
  • ডাঃ ৰণদীপ গুলেৰিয়াৰ তত্বাৱধানত চলিছে অমিত শ্বাহৰ চিকিৎসা।
  • অমিত শ্বাহে নিজেই টুইটাৰযোগে প্ৰকাশ কৰিছে শ্ব'ৱাইন ফ্লুত আক্ৰান্ত হোৱাৰ কথা।
  • টুইটাৰত শ্বাহে উল্লেখ কৰে – 'মোৰ ছো'ৱাইন ফ্লু হৈছে, চিকিৎসা চলি আছে। ঈশ্বৰৰ কৃপা, আপোনালোক সকলোৰে মৰম আৰু শুভকামনাৰে সোনকালে সুস্থ হৈ উঠিম।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in