আমিনগাঁৱত পথ দুৰ্ঘটনাত বাইক আৰোহীৰ মৃত্যু…

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • আমিনগাঁৱত পথ দুৰ্ঘটনাত বাইক আৰোহীৰ মৃত্যু।
  • তোলাৰাম বাফনা হাস্পতালৰ সন্মুখত সংঘটিত হয় এই পথ দুৰ্ঘটনা।
  • দ্ৰুতবেগী আলট্ৰা বাছে খুন্দিয়ালে বাইক আৰোহীজনক।
  • দুৰ্ঘটনাত এজন থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন এজন।
  • নিহত লোকজন হাজোৰ দামপুৰৰ পুতুল আলী।
  • আহত মোজাপৰ শইকীয়াক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in