আমিনগাওঁত ষ্ট্ৰাম্প পেপাৰ বিক্ৰেতা সন্থাৰ সংবাদ মেল…

আমিনগাওঁত ষ্ট্ৰাম্প পেপাৰ বিক্ৰেতা সন্থাৰ সংবাদ মেল…
  • আমিনগাওঁত ষ্ট্ৰাম্প পেপাৰ বিক্ৰেতা সন্থাৰ সংবাদ মেল।
  • ৰাজ্যৰ প্ৰায় ৩০০০ ষ্ট্ৰাম্প পেপাৰ বিক্ৰেতাৰ সমস্যাৰ ওপৰত এই সংবাদ মেল।
  • ১৭ মাৰ্চত একলগ হৈ ৩০০০ বিক্ৰেতাই চৰকাৰক জনাব দাবী।
  • কমিচন বৃদ্ধি, সময়ত ষ্ট্ৰাম্প পেপাৰৰ যোগান, চিলিং বৃদ্ধি আদিকে ধৰি কেইবাটাও দাবীত এই সংবাদ মেল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in