শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

ডোনাল্ড ট্ৰাম্পে ধন্যবাদ জনালে ভাৰতীয় বন্ধুক, ক’লে, “আমেৰিকাই ভাৰতক ভাল পায়”

486

ডিজিটেল ডেস্কঃ শনিবাৰে আমেৰিকাত উদযাপিত হ’ল ২৪৪ সংখ্যক স্বাধীনতা দিৱস। এই বিশেষ দিনটোত আন দেশৰ লগতে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীক শুভেচ্ছা জনালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জনালে ডোনাল্ড ট্ৰাম্পে। মোডীয়ে টুইটযোগে শুভেচ্ছা জনাইছিল ৰাষ্ট্ৰপতিগৰাকীক।

টুইটত ৰিপ্লাই কৰি ট্ৰাম্পে লিখিছে, ‘ধন্যবাদ মোৰ বন্ধু। আমেৰিকাই ভাৰতক ভাল পায়।’ উল্লেখ্য যে, ৪ জুলাইত ট্ৰাম্পে আমেৰিকাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানতো অংশ লয়। দক্ষিণ ডাকটাত অনুষ্ঠিত হৈছিল স্বাধীনতা দিৱসৰ অনুষ্ঠান।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি