আমেৰিকাত ১৬ বছৰীয়া কিশোৰে গুলীয়াই হত্যা কৰিলে প্ৰবাসী ভাৰতীয়ক

আমেৰিকাত ১৬ বছৰীয়া কিশোৰে গুলীয়াই হত্যা কৰিলে প্ৰবাসী ভাৰতীয়ক
  • আমেৰিকাত ১৬ বছৰীয়া কিশোৰে গুলীয়াই হত্যা কৰিলে এজন প্ৰবাসী ভাৰতীয়ক।
  • ৬১ বছৰীয়া প্ৰবাসী ভাৰতীয়জনৰ নাম সুনীল এডলা।
  • প্ৰবাসী ভাৰতীয়জনৰ ঘৰ আছিল তেলেংগানাৰ মেডেকত।
  • নিউ জাৰ্ছি ভেন্টন'ৰ চহৰত এই হত্যাকাণ্ড।
  • হত্যাকাৰী কিশোৰজনক আটক কৰিছে আমেৰিকা আৰক্ষীয়ে।
  • কিয় হত্যা কৰিলে লোকজনক সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in