শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

কোভিড-১৯ঃ আমেৰিকাত মৃত্যুৰ সংখ্যাই অতিক্ৰম কৰিলে ১০ হাজাৰৰ ঘৰ…

149
  • বিগত কেইটামান দিনত আমেৰিকাত কোৰোনা ভাইৰাছে লৈছে বিধ্বংসী ৰূপ।
  • সোমবাৰে নিশাই দেশখনত মৃত্যুৰ সংখ্যাই অতিক্ৰম কৰিলে ১০ হাজাৰৰ ঘৰ।
  • মঙলবাৰে পুৱা ৯.৩০ বজালৈকে দেশখনত মৃত্যুৰ সংখ্যা হৈছে ১০, ৯৪১।
  • আমেৰিকাৰত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হৈছে ৩৬৭, ৬২৯।
  • বৰ্তমানলৈকে কোৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে ১৯,৮১০ গৰাকী ব্যক্তিয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি