চেক্সপীয়েৰ সাহিত্যৰ বিদগ্ধ পণ্ডিত তথা ডিব্ৰুগড়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰাধ্যাপক ডঃ অমৰেশ দত্তৰ পৰলোক…

চেক্সপীয়েৰ সাহিত্যৰ বিদগ্ধ পণ্ডিত তথা ডিব্ৰুগড়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰাধ্যাপক ডঃ অমৰেশ দত্তৰ পৰলোক…

ডিজিটেল ডেস্কঃ বিশিষ্ট শিক্ষাবিদ ,চেক্সপীয়েৰ সাহিত্যৰ বিদগ্ধ পণ্ডিত ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰাধ্যাপক প্ৰফেছৰ আমেৰিটাছ সন্মানেৰে বিভূষিত ডঃ অমৰেশ দত্তৰ পৰলোক।শতায়ু গৰকা ডঃ অমৰেশ দত্ত বৃহস্পতিবাৰে পুৱা ডিব্ৰুগড়ৰ নিজা বাসভৱনত বাৰ্ধক্য জনিত কাৰণত মৃত্যু হয়।তেখেতৰ মৃত্যুত ডিব্ৰুগড়ত গভীৰ শোকৰ ছাঁ পৰিছে। ডঃ দত্তৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ অন্তেষ্টিক্ৰিয়া ৰাজ্যিক মৰ্য্যদাৰে সম্পন্ন কৰা হব বুলি ঘোষণা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in