বিজেপিৰে মিত্ৰতাক লৈ পুনৰ অগপৰ আলোচনা…

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • লোকসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত বিজেপিৰে মিত্ৰতাক লৈ পুনৰ অগপৰ মাজত আলোচনা।
  • মঙলবাৰে পুনৰ বৈঠকত মিলিত হ'ব অগপ নেতৃত্ব।
  • বিজপিৰে মিত্ৰতা সন্দৰ্ভত কৰিব আলোচনা।
  • সোমবাৰেও মিত্ৰতাক লৈ আলোচনাত বহিছিল অগপ।
  • কিন্তু একাংশ নেতাৰ মত বিৰোধৰ বাবে কোনো সিদ্ধান্ত নহ'ল বৈঠকত।
  • মঙলবাৰৰ বৈঠকত কোন সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব তাক লৈও চলিব আলোচনা।
  • উল্লেখ্য যে, বিজেপিৰে মিত্ৰতাৰ কথা চলাৰ পিছতে ক্ষোভ বৃদ্ধি পাইছে একাংশ অগপ নেতা-কৰ্মীৰ মাজত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in