নৱগ্ৰহত তৰুণ গগৈৰ শেষকৃত অনুষ্ঠানত অংশ ল’ব পাৰিব সকলো গুণমুগ্ধই…

নৱগ্ৰহত তৰুণ গগৈৰ শেষকৃত অনুষ্ঠানত অংশ ল’ব পাৰিব সকলো গুণমুগ্ধই…
  • বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে তৰুণ গগৈৰ শেষকৃতৰ বাবে কৰা হৈছে বিশেষ ব্যৱস্থা।
  • নৱগ্ৰহ শ্মশানৰ বাহিৰত সকলো দৰ্শনাৰ্থীৰ বাবে ব্যৱস্থা কৰা হৈছে বিশেষ এলইডি স্ক্ৰীণৰ।
  • ৰাজ্যৰ সকলো প্ৰান্তৰ গুণমুগ্ধই অংশ ল'ব পাৰিব এই অনুষ্ঠানত।
  • প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই শেষকৃত অনুষ্ঠানত এহেজাৰ লোকেহে অংশ গ্ৰহণ কৰিব পাৰিব বুলি কিছু সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি নসাৎ কৰিছে।
  • শেষকৃত অনুষ্ঠানত কেৱল বহিব পৰা বা চামিয়ানা তৰা ঠাইহে এহেজাৰ লোকৰ বাবে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি স্পষ্ট কৰি দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in