শেহতীয়া খবৰ
যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...  •  ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ...  •  ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা...  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…

১৪ এপ্ৰিললৈকে সকলো যাত্ৰীবাহী ৰে’ল সেৱা বন্ধ…

275
  • সমগ্ৰ দেশৰ যাত্ৰীবাহী ৰেল সেৱা ১৪ এপ্ৰিললৈকে বন্ধ থাকিব।
  • ২১ দিনৰ লকডাউনৰ সময়ত চলাচল নকৰে কোনো যাত্ৰীবাহী ৰে’ল।
  • অৱশ্যে সামগ্ৰী পৰিবাহী মালবাহী ৰেলসমূহ এই সময়চোৱাত স্বাভাৱিকভাৱে চলাচল কৰিব থাকিব।
  • ইয়াৰ পূৰ্বে ৩১ মাৰ্চলৈকেহে ৰেল সেৱা বন্ধ থাকিব বুলি ঘোষণা কৰা হৈছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি