শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ...  •  এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ...

কোৰোনাৰে যুঁজ কৰিবলৈ শিৱসেনাৰ সকলো বিধায়ক-সাংসদে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ আগবঢ়াব এমাহৰ দৰমহা….

231
  • শিৱসেনাৰ সকলো সাংসদ আৰু বিধায়কৰ সুন্দৰ পদক্ষেপ।
  • কোৰোনাৰ সন্ত্ৰাসৰ সময়তে আক্ৰান্তসকলক সহায়ৰ বাবে ওলাই আহিছে দলটোৰ সাংসদ আৰু বিধায়কসকল।
  • মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ তেওঁলোকে আগবঢ়াব এমাহৰ দৰমহা।
  • কোৰোনাৰ সৈতে যুঁজ কৰিবলৈ এই ধনৰাশি আগবঢ়াব।
  • উল্লেখ্য যে, কোৰোনাই ভয়ংকৰ ৰূপ লৈছে ভাৰতত।
  • এতিয়ালৈকে ২০ গৰাকী লোকৰ মৃত্যু হৈছে ভাৰতত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি