কোৰোনাৰে যুঁজ কৰিবলৈ শিৱসেনাৰ সকলো বিধায়ক-সাংসদে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ আগবঢ়াব এমাহৰ দৰমহা….

কোৰোনাৰে যুঁজ কৰিবলৈ শিৱসেনাৰ সকলো বিধায়ক-সাংসদে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ আগবঢ়াব এমাহৰ দৰমহা….
  • শিৱসেনাৰ সকলো সাংসদ আৰু বিধায়কৰ সুন্দৰ পদক্ষেপ।
  • কোৰোনাৰ সন্ত্ৰাসৰ সময়তে আক্ৰান্তসকলক সহায়ৰ বাবে ওলাই আহিছে দলটোৰ সাংসদ আৰু বিধায়কসকল।
  • মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ তেওঁলোকে আগবঢ়াব এমাহৰ দৰমহা।
  • কোৰোনাৰ সৈতে যুঁজ কৰিবলৈ এই ধনৰাশি আগবঢ়াব।
  • উল্লেখ্য যে, কোৰোনাই ভয়ংকৰ ৰূপ লৈছে ভাৰতত।
  • এতিয়ালৈকে ২০ গৰাকী লোকৰ মৃত্যু হৈছে ভাৰতত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in