দিল্লীত অল ইণ্ডিয়া ৰেডিঅ’ৰ একালৰ ডায়ৰেক্টৰ জেনেৰেল লতিফ বৰুৱাৰ পত্নী সাৰদা বৰুৱাৰ শেষ নিশ্বাস ত্যাগ…

দিল্লীত অল ইণ্ডিয়া ৰেডিঅ’ৰ একালৰ ডায়ৰেক্টৰ জেনেৰেল লতিফ বৰুৱাৰ পত্নী সাৰদা বৰুৱাৰ শেষ নিশ্বাস ত্যাগ…
  • অল ইণ্ডিয়া ৰেডিঅ'ৰ একালৰ ডায়ৰেক্টৰ জেনেৰেল লতিফ বৰুৱাৰ পত্নী সাৰদা বৰুৱাৰ দেহাৱসান।
  • দিল্লীত শেষ নিশ্বাস ত্যাগ কৰে সাৰদা বৰুৱাই।
  • এসময়ত ছবি জগতত অভিনয় কৰাৰ উপৰিও তেওঁ ৰেডিঅ'ত চাকৰিয়াল আছিল।
  • তেওঁৰ পুত্ৰ তথা সাংবাদিক অমিত বৰুৱাই সদৰী কৰিছে এই কথা।
  • মৃত্যুৰ সময়ত সাৰদা বৰুৱাৰ বয়স আছিল ৯৩ বছৰ।
  • তেওঁৰ মৃত্যুত বিভিন্ন জনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in