বহু প্ৰাক্তন সাংসদে এৰা নাই দিল্লীস্থ বাসভৱন, পানী-বিদ্যুৎ সংযোগ কৰ্তনৰ নিৰ্দেশ হাউছিং কমিটীৰ…

  • প্ৰাক্তন সাংসদসকললৈ কঠোৰ নিৰ্দেশ।
  • ৭ দিনৰ ভিতৰত এৰি দিয়ক তেওঁলোকৰ চৰকাৰী বাসভৱন।
  • নহ'লে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ।
  • বহু প্ৰাক্তন সাংসদে এৰি দিয়া নাই দিল্লীস্থ চৰকাৰী বাসভৱন।
  • পুনৰবাৰ নিৰ্বাচিত নোহোৱা এনে সাংসদসকলক উদ্দেশ্যি হাউছিং কমিটীৰ অধ্যক্ষ চি আৰ পাটিলৰ কঠোৰ নিৰ্দেশ।
  • ৭ দিনৰ ভিতৰত কোনো প্ৰাক্তন সাংসদে দিল্লীৰ চৰকাৰী বাসভৱন নেৰিলে কঠোৰ ব্যৱস্থা লওঁক তেওঁলোকে।
  • যোৱা তিনিদিনৰ ভিতৰত এই বাসগৃহসমূহত থকা পানী আৰু বিদ্যুৎ কৰ্তনৰ নিৰ্দেশ দিয়া হৈছে।
  • একাংশ প্ৰাক্তন জনপ্ৰতিনিধিয়ে সাংসদ পদৰ কাৰ্যকাল শেষ হোৱাৰ পাছত চৰকাৰী বাসভৱন এৰি নিদিয়াত গ্ৰহণ কৰিব লগা হৈছে এই কঠোৰ পদক্ষেপ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in