৪৬ সংগঠনে আহ্বান দিয়া অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

৪৬ সংগঠনে আহ্বান দিয়া অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক
  • পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ অসম বন্ধ।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই বন্ধৰ আহ্বান।
  • কৃষক মুক্তিকে ধৰি ৪৬টা সংগঠনে জনাইছে এই বন্ধৰ আহ্বান।
  • ৰাজ্যজুৰি বন্ধৰ প্ৰভাৱ।
  • পুৱাভাগত বন্ধ ব্যৱসায়িক প্ৰতিষ্ঠান।
  • যান-বাহন চলাচলো সেৰেঙা।
  • ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
  • বন্ধ সমৰ্থকে সাব্যস্ত কৰিছে প্ৰতিবাদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in