শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

দিল্লীৰ অটোৰিক্সা আৰু টেক্সি চালকক প্ৰদান কৰা হ’ব ৫০০০ কৈ টকা : অৰবিন্দ কেজৰিৱাল

1,001
  • অটোৰিক্সা আৰু টেক্সি চালকক প্ৰদান কৰা হ’ব ৫০০০ কৈ টকা ।
  • এই সিদ্ধান্ত গ্ৰহন কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।
  • কোভিডৰ সংক্ৰমন ৰোধৰ বাবে দিল্লীত বৰ্তমানেও অব্যাহত আছে লকডাউন ।
  • লকডাউনৰ বাবে হোৱা বিত্তীয় সংকটৰ বাবে সহায়ৰ উদ্দেশ্যে এই সিদ্ধান্ত কেজৰিৱাল চৰকাৰৰ ।
  • দেশত এদিনতে ৩.৫ লাখতকৈ অধিক লোক কোভিডত আক্ৰান্ত হৈছে ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি