সাৱধান, ওলাই নাহিবঃ আজি সমগ্ৰ ৰাজ্যত লকডাউন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • আজি সমগ্ৰ ৰাজ্যজুৰি লকডাউন।
  • প্ৰত্যেকটো শনি আৰু দেওঁবাৰে চৰকাৰে ৰাজ্যজুৰি জাৰি কৰিছিল সৰ্বাত্মক লকডাউন।
  • এই দিনদুটাত কোনো দোকান-পোহাৰ খুলিব নোৱাৰিব।
  • যদিহে লকডাউন ভংগ কৰে, তেন্তে কঠোৰ শাস্তি প্ৰদান কৰা কথা ইতিমধ্যে ঘোষণা কৰা হৈছে।
  • ইফালে গুৱাহাটীত অব্যাহত লকডাউন।
  • প্ৰতিটো দিনতে গুৱাহাটীৰ অলিয়ে-গলিয়ে উলাইছে কোৰোনাত আক্ৰান্ত ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in