শেহতীয়া খবৰ
ধিক মানৱতা ! বাইকেৰে আহি পেলাই থৈ গ'ল নৱজাতক কন্যা সন্তান...  •  কোভিড ১৯ প্ৰট'কল মানি মানকাচৰত ব্যক্তিগত খণ্ডৰ বিদ্যালয় পাঠদান...  •  মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট

১৯ এপ্ৰিলৰ ভিতৰত সকলো প্ৰাপ্তবয়স্ক লোকক টিকাকৰণ কৰা হ’বঃ জ’ বাইডেন

124

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে কভিড টিকাকৰণ সন্দৰ্ভত এক ঘোষণা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, অহা ১ এপ্ৰিলৰ ভিতৰত দেশখনৰ সকলো প্ৰাপ্তবয়স্ক লোককে কভিড টিকাকৰণ কৰা হ’ব।

পূৰ্বতে ৰাষ্ট্ৰপতিগৰাকীয়ে ১ মে’ ভিতৰত টিকাকৰণৰ সময়-সীমা ধাৰ্য কৰিছিল। কিন্তু কোৰোনাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ এই সময়-সীমা ১৯ এপ্ৰিললৈ আগুৱাই আনিলে। বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে আমেৰিকাতো মহামাৰী কোৰোনাৰ দ্বিতীয়টো ঢৌ আৰম্ভ হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি