মানৱীয় দৃষ্টিভংগীৰে মুক্তি দিয়ক অখিল গগৈকঃ জাহ্নু বৰুৱা…VIDEO

মানৱীয় দৃষ্টিভংগীৰে মুক্তি দিয়ক অখিল গগৈকঃ জাহ্নু বৰুৱা…VIDEO
  • কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ বিশেষ আহ্বান।
  • অখিল গগৈৰ লগতে অন্যান্য কা বিৰোধী নেতাক মুক্তিৰ বাবে কৰিলে আহ্বান।
  • তেওঁ ক'লে, মানৱীয় কাৰণত মুক্তি দিয়ক অখিল গগৈক।
  • কোৰোনা মহাসংকটৰ মাজত অখিল গগৈক সতীৰ্থসহ কাৰাগাৰত ৰাখি থোৱাতো গ্ৰহণ যোগ্য নহয়।
  • এই সময়ত বিশ্বৰ বহু দেশে গুৰুতৰ অপৰাধ নথকা কাৰাবন্দীক মুক্তি দিছে।
  • ভাৰত তথা অসমতো মানৱীয় কাৰণত মুক্তি দিছে। গতিকে অখিল গগৈকো মানৱীয় দৃষ্টিভংগী চাওক।

VIDEO-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in