New Update
/asomiyapratidin/media/media_files/2026/01/06/new-ap-web-1-3-2026-01-06-12-32-55.jpg)
- ডিব্রুগড়ত বিধায়ক অখিল গগৈৰ সংবাদমেল
- বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন
- ‘মন্ত্রী, বিধায়কক বিজেপিক ভোট নিদিয়া ভোটাৰক চিনাক্ত কৰাৰ নিৰ্দেশ’
- ‘৪ জানুৱাৰীত হোৱা ভিডিঅ’ কনফাৰেন্সত এই নিৰ্দেশ সভাপতিগৰাকীৰ’
- ‘জিলা সভাপতি, বুথ পৰ্যায়ৰ সভাপতিকো নিৰ্দেশ দিছে দিলীপ শইকীয়াই’
- ‘বিজেপিক ভোট নিদিয়া ভোটাৰৰ নাম কৰ্তন কৰা হ’ব ভোটাৰ তালিকাৰ পৰা’
- ‘১২ জানুৱাৰীৰ ভিতৰত তালিকা প্রস্তুতৰ নিৰ্দেশ দিলীপ শইকীয়াৰ’
- ‘মন্ত্রী, বিধায়ক তথা জিলা আৰু মণ্ডলৰ সভাপতিক এই নিৰ্দেশ দিছে দিলীপ শইকীয়াই’
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us