অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ…

অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ…
  • অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ।
  • ডিব্ৰুগড়ত ১২ ডিচেম্বৰত অনু্ষ্ঠিত কৰা সংবাদমেলত ৰাষ্ট্ৰবিৰোধী কাৰ্যত উচতনি দিয়াৰ অভিযোগত এই গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।
  • যিকোনো মুৰ্হূতত আদালতৰ অনুমতি সাপেক্ষে উক্ত গোচৰত জেৰাৰ বাবে কৃষক নেতাজনক দিল্লীলৈও নিয়া হ'ব পাৰে বুলি বিভিন্ন সূত্ৰই আশাংকা প্ৰকাশ কৰিছে।
  • এন আই এ (NIA) যিহেতু এটা ৰাষ্ট্ৰীয় সংস্থা গতিকে জেৰা বাবে অখিল গগৈক জেৰাৰ বাবে দিল্লীলৈ নিয়াৰ কথাতো নুই কৰিব নোৱাৰি বুলি একাংশ অধিবক্তাই জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in