শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...

অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ…

835
  • অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ।
  • ডিব্ৰুগড়ত ১২ ডিচেম্বৰত অনু্ষ্ঠিত কৰা সংবাদমেলত ৰাষ্ট্ৰবিৰোধী কাৰ্যত উচতনি দিয়াৰ অভিযোগত এই গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।
  • যিকোনো মুৰ্হূতত আদালতৰ অনুমতি সাপেক্ষে উক্ত গোচৰত জেৰাৰ বাবে কৃষক নেতাজনক দিল্লীলৈও নিয়া হ’ব পাৰে বুলি বিভিন্ন সূত্ৰই আশাংকা প্ৰকাশ কৰিছে।
  • এন আই এ (NIA) যিহেতু এটা ৰাষ্ট্ৰীয় সংস্থা গতিকে জেৰা বাবে অখিল গগৈক জেৰাৰ বাবে দিল্লীলৈ নিয়াৰ কথাতো নুই কৰিব নোৱাৰি বুলি একাংশ অধিবক্তাই জানিবলৈ দিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি