অখিল গগৈৰ বিৰুদ্ধে পুনৰ জাপি দিয়া হ’ল তিনিটা গোচৰ…

অখিল গগৈৰ বিৰুদ্ধে পুনৰ জাপি দিয়া হ’ল তিনিটা গোচৰ…
  • অখিল গগৈৰ বিৰুদ্ধে পুনৰ জাপি দিয়া হ'ল তিনিটা গোচৰ।
  • চাবুৱা থানাত ৰুজু হৈ আছিল এইকেইটা গোচৰ।
  • গোচৰ কেইটাৰ নম্বৰ হ'ল, ২৯৩/২০১৯, ২৯৬/২০১৯, ৩০৭/২০১৯
  • ইয়াৰে এটা গোচৰ চাবুৱা ৰাজহ চক্ৰৰ কাৰ্যালয় জ্বলোৱাক লৈ ৰুজু কৰা হৈছে।
  • আনটো গোচৰ ইফ বি আই শাখা কাৰ্যালয় জ্বলোৱাক লৈ আৰু আনটো গোচৰ চাবুৱা ডাকঘৰ জ্বলোৱাক লৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in