শেহতীয়া খবৰ
চিৰাঙৰ ডাংতল গাঁৱত অজগৰ সাপ উদ্ধাৰ...  •  তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা...  •  তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা...  •  পৰিবহন বিভাগত বিত্তীয় খেলিমেলি, মহানগৰীৰ ডিটিঅ’ সহ ৪জনক নিলম্বন...  •  কোৰোনাত আক্ৰান্ত বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক..  •  চলিত শিক্ষাবৰ্ষ ৩ মাহ বৃদ্ধিৰ প্ৰস্তাৱ মাধ্যমিক শিক্ষা বিভাগৰ...  •  ভয়ংকৰ দৃশ্য! মাজুলীত বাঁহৰ দলং ভাঙি পানীত বাগৰিল ২০ জন... VIDEO  •  কাশ্মীৰৰ পৰা সেনা জোৱানক অপহৰণ সন্ৰাসবাদীৰ...  •  বিমান যাত্ৰীসকলৰ বাবে দুঃখবৰ....  •  দুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪জনৰ মৃত্যু...

অখিল গগৈৰ বিৰুদ্ধে পুনৰ জাপি দিয়া হ’ল তিনিটা গোচৰ…

249
  • অখিল গগৈৰ বিৰুদ্ধে পুনৰ জাপি দিয়া হ’ল তিনিটা গোচৰ।
  • চাবুৱা থানাত ৰুজু হৈ আছিল এইকেইটা গোচৰ।
  • গোচৰ কেইটাৰ নম্বৰ হ’ল, ২৯৩/২০১৯, ২৯৬/২০১৯, ৩০৭/২০১৯
  • ইয়াৰে এটা গোচৰ চাবুৱা ৰাজহ চক্ৰৰ কাৰ্যালয় জ্বলোৱাক লৈ ৰুজু কৰা হৈছে।
  • আনটো গোচৰ ইফ বি আই শাখা কাৰ্যালয় জ্বলোৱাক লৈ আৰু আনটো গোচৰ চাবুৱা ডাকঘৰ জ্বলোৱাক লৈ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি