যোৰহাট কাৰাগাৰত কৃষক নেতা অখিল গগৈ…

যোৰহাট কাৰাগাৰত কৃষক নেতা অখিল গগৈ…
  • যোৰহাট কাৰাগাৰত ৰখা হৈছে কৃষক নেতা অখিল গগৈক।
  • লগতে ছাত্ৰ মুক্তিৰ কাৰ্যবাহী সভাপতি মানস কোৱৰ আৰু উপ সভাপতি লক্ষ্যজ্যোতি গগৈও আছে।
  • যোৰহাট চিনামৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ দিব্যজোতি শৰ্মাকো ৰখা হৈছে কাৰাগাৰত।
  • আৰক্ষীয়ে বৃহস্পতিবাৰে কৰিছিল গ্ৰেপ্তাৰ।
  • কৰ্তব্যৰত আৰক্ষীক বাধা দিয়াৰ অভিযোগ আটাইকেইজনৰ বিৰুদ্ধে।
  • ভাৰতীয় দণ্ডবিধিৰ ১৫৩ ধাৰাৰ অধিনত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে।
  • যোৰাহাট আদালতত জামিন আবেদন দাখিল কৰা হৈছে।
  • আনহাতে বৃহস্পতিবাৰে আটকত কৰিও মুক্তি দিয়া সাংবাদিক দিব্যজ্যোতি শৰ্মাক শুকুৰবাৰে পুৱতি নিশা পুনৰ আটক কৰি দণ্ডাধিশৰ ঘৰত হাজিৰ কৰাই তেওঁকো আদালতলৈ প্ৰেৰণ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in