জিএমচিএইচত অখিল গগৈয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ…

জিএমচিএইচত অখিল গগৈয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ…
  • কৃষক নেতা অখিল গগৈয়ে কাৰাগাৰৰ পৰাই খেলিব নিৰ্বাচন ।
  • সোমবাৰে জিএমচিএইচত মনোনয়ন দাখিল কৰে কৃষক নেতা গৰাকীয়ে ।
  • কৃষক নেতা গৰাকীয়ো মনোনয়ন দিয়া সময়ত উপস্থিত থাকে ৰাইজৰ দলৰ কাৰ্যকাৰী সভাপতি ভাস্কো ডি শইকীয়া ।
  • শিৱসাগৰ সমষ্টিৰ পৰা সমাগত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব কৃষক নেতা গৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in