শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

অখিল গগৈ কোভিড পজিটিভ, ভৰ্তি কৰা হ’ব জিএমচিএইচত…

778
  • কৃষক নেতা অখিল গগৈ আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত।
  • কৃষক নেতাগৰাকীৰ শ্বাব সংগ্ৰহৰ পাছত শনিবাৰে কোভিড পজিটিভ বুলি সদৰী কৰা হয়।
  • কোৰোনাত আক্ৰান্ত কৃষক নেতাগৰাকীক ভৰ্তি কৰা হ’ব জিএমচিএইচত।
  • ইয়াৰ পূৰ্বে বিতু সোণোৱাল আৰু ধৈৰ্য কোঁৱৰৰ দেহতো ধৰা পৰিছিল কোভিড পজিটিভ।
  • গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ২৯জন কাৰাবন্দীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ কাৰাগাৰৰ ৩৩জন লোক শনিবাৰৰ দিনটোত আক্ৰান্ত হৈছে এই ভাইৰাছত।
  • ইফালে, শুকুৰবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ১৯জনৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি