অখিল গগৈ কোভিড পজিটিভ, ভৰ্তি কৰা হ’ব জিএমচিএইচত…

অখিল গগৈ কোভিড পজিটিভ, ভৰ্তি কৰা হ’ব জিএমচিএইচত…
  • কৃষক নেতা অখিল গগৈ আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত।
  • কৃষক নেতাগৰাকীৰ শ্বাব সংগ্ৰহৰ পাছত শনিবাৰে কোভিড পজিটিভ বুলি সদৰী কৰা হয়।
  • কোৰোনাত আক্ৰান্ত কৃষক নেতাগৰাকীক ভৰ্তি কৰা হ'ব জিএমচিএইচত।
  • ইয়াৰ পূৰ্বে বিতু সোণোৱাল আৰু ধৈৰ্য কোঁৱৰৰ দেহতো ধৰা পৰিছিল কোভিড পজিটিভ।
  • গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ২৯জন কাৰাবন্দীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ কাৰাগাৰৰ ৩৩জন লোক শনিবাৰৰ দিনটোত আক্ৰান্ত হৈছে এই ভাইৰাছত।
  • ইফালে, শুকুৰবাৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ ১৯জনৰ দেহত ধৰা পৰিছিল কোভিড পজিটিভ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in