শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুঁটিত কি হৈ আছে !  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব

অসমৰ গ্ৰাম্যজীৱন ধ্বংস কৰিব বিচাৰিছে বিজেপি চৰকাৰেঃ গাঁৱত ঘৰ নিৰ্মাণ, দোকান আদিত কৰ আৰোপ কৰাক লৈ অখিল গগৈৰ মন্তব্য..

  • অসম বিধানসভাৰ ভিতৰত অখিল গগৈৰ প্ৰতিবাদ।
  • গ্ৰামাঞ্চলত গৃহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কৰ আৰোপ কৰাৰ বাবে প্ৰতিবাদ অখিল গগৈৰ।
  • তেওঁৰ এই প্ৰতিবাদৰ বাবেই অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ সকীয়নী প্ৰদান।
  • এই বিষয়ত বিধানসভাৰ বাহিৰত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়কগৰাকীৰ।
  • গ্ৰামাঞ্চলত ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত পঞ্চায়তৰ অনুমতি লোৱাৰ ব্যৱস্থাৰ তীব্ৰ প্ৰতিবাদ কৰিছো।
  • ঘৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত পঞ্চায়ত কৰ আৰোপ কৰা বিষয়টোক কোনো কাৰণতে মানি লোৱা নহ’ব।
  • গ্ৰামাঞ্চলত দোকান, ক্ষুদ্ৰ ব্যৱসায়, উদ্যোগ স্থাপন আদিৰ ক্ষেত্ৰতো পঞ্চায়তক কৰ প্ৰদান কৰাৰ ব্যৱস্থাৰ বিৰোধিতা কৰিছো।
  • কোৰোনামহামাৰী, লকডাউনে যিসময়ত দেশৰ অৰ্থনীতি ভাঙি চূৰমাৰ কৰিছে সেই সময়ত গাঁৱৰ মানুহৰ ঘৰ, দোকানৰ ওপৰত কৰ আৰোপ কৰা বিষয়টো মানি ল’ব নোৱাৰো।
  • এই ব্যৱস্থা সম্পূৰ্ণৰূপে জাতিবিদ্বেষী, জাতি ধ্বংসী, গ্ৰাম্যজীৱন ধ্বংস কৰাৰ এক ব্যৱস্থা।
  • বিজেপি চৰকাৰে অসমৰ গ্ৰাম্য জীৱন ধ্বংস কৰিব বিচাৰিছে।
  • এই মন্তব্য অখিল গগৈৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি