বৃহৎ নদীবান্ধৰ বিৰুদ্ধে কলিয়াবৰত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

বৃহৎ নদীবান্ধৰ বিৰুদ্ধে কলিয়াবৰত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
  • নামনি সোৱনশিৰি নদী বান্ধ আৰু জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত কলিয়াবৰত প্ৰতিবাদ।
  • অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰিলে এই প্ৰতিবাদ।
  • সোমবাৰে কলিয়াবৰ মহকুমা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদত সাব্যস্ত কৰিছে যুৱ-ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে।
  • নদীবান্ধৰ বিৰুধিতাৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা দি কলিয়াবৰ তিনিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ স্তব্ধ কৰি তোলে সংগঠনটোৰ সদস্যসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in