শেহতীয়া খবৰ
মাজবাটত অবৈধ শিল-বালি ভৰ্তি তিনিখন ডাম্পাৰ সহ ১২ খনকৈ কাঠৰ চাইকেল জব্দ  •  অগ্নিগৰ্ভা অৰুণাচল, প্ৰতিবাদকাৰীয়ে জ্বলালে শিল্পীৰ সা-সামগ্ৰীৰ লগতে বৃহৎ সংখ্যক বাহন  •  ৰাজ্যজুৰি বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ১০০ লৈ বৃদ্ধি...  •  বিজেপি-আৰ এছ এছে চাহ শ্ৰমিকে সুৰা সেৱন কৰাটো বিচাৰেঃ অখিল গগৈ  •  গোলাঘাটত বিষাক্ত সুৰাই প্ৰাণ ল'লে ৪৬ জনৰ, মৃত্যু হোৱা লোকৰ নাম...  •  বিধ্বংসী অগ্নিকাণ্ডত একেলগে জ্বলিল ১০০খন গাড়ী, চাওঁক VIDEO...  •  বিষাক্ত সুৰা সেৱনৰ ফলত ৰাজ্যত মৃত্যুৰ সংখ্যা ৯২ জনলৈ বৃদ্ধি  •  পুলৱামা শ্বহীদ জোৱানৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কংগ্ৰেছ নেতাৰ আজৱ কাণ্ড, চাওক VIDEO  •  ৰাজ্যত বৃহৎ সুৰা ট্ৰেজেডি, মৃত্যু হোৱা লোকৰ সংখ্যা ৯৯ লৈ বৃদ্ধি...  •  আই এছ এছ এফ বিশ্বকাপত এয়াৰ ৰাইফলৰ মহিলা শাখাত ভাৰতীয় খেলুৱৈৰ স্বৰ্ণ জয়...

প্ৰধানমন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন কৰাৰ বাবে গ্ৰেপ্তাৰ এজেৱাইচিপিৰ কেইবাজনো সদস্যক, চাওঁক VIDEO

576
  • প্ৰধানমন্ত্ৰীক অসম ভ্ৰমণসূচীৰ সময়ত ক’লা পতাকা প্ৰদৰ্শন এ জে ৱাই চি পিৰ।
  • মহানগৰীত প্ৰধানমন্ত্ৰীৰ কনভয়ক ক’লা প্ৰদৰ্শন দেখুৱালে এ জে ৱাই চি পিৰ বহু কেইজন সদস্যই।
  • এ জে ৱাই চি পিৰ চবিৰ আহমেদ,তথ্য আৰু যোগাযোগৰ সম্পাদকক ক’লা পতাকা প্ৰদৰ্শনৰ বাবে গ্ৰেপ্তাৰ।
  • লগতে এ জে ৱাই চি পিৰ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি প্ৰদীপ কলিতাক ,সম্পাদক কৃষ্ণ ৰয় মধ্য গুৱাহাটী আঞ্চলিক সমিতিৰ সভাপতি ইনামুল হককো গ্ৰেপ্তাৰ।
  • প্ৰধানমন্ত্ৰীক ক’লা পতাকা দেখুৱাই গ্ৰেপ্তাৰ হয় আটাইকেইজন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি