প্ৰধানমন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন কৰাৰ বাবে গ্ৰেপ্তাৰ এজেৱাইচিপিৰ কেইবাজনো সদস্যক, চাওঁক VIDEO

প্ৰধানমন্ত্ৰীক ক’লা পতাকা প্ৰদৰ্শন কৰাৰ বাবে গ্ৰেপ্তাৰ এজেৱাইচিপিৰ কেইবাজনো সদস্যক, চাওঁক VIDEO
  • প্ৰধানমন্ত্ৰীক অসম ভ্ৰমণসূচীৰ সময়ত ক'লা পতাকা প্ৰদৰ্শন এ জে ৱাই চি পিৰ।
  • মহানগৰীত প্ৰধানমন্ত্ৰীৰ কনভয়ক ক'লা প্ৰদৰ্শন দেখুৱালে এ জে ৱাই চি পিৰ বহু কেইজন সদস্যই।
  • এ জে ৱাই চি পিৰ চবিৰ আহমেদ,তথ্য আৰু যোগাযোগৰ সম্পাদকক ক'লা পতাকা প্ৰদৰ্শনৰ বাবে গ্ৰেপ্তাৰ।
  • লগতে এ জে ৱাই চি পিৰ গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি প্ৰদীপ কলিতাক ,সম্পাদক কৃষ্ণ ৰয় মধ্য গুৱাহাটী আঞ্চলিক সমিতিৰ সভাপতি ইনামুল হককো গ্ৰেপ্তাৰ।
  • প্ৰধানমন্ত্ৰীক ক'লা পতাকা দেখুৱাই গ্ৰেপ্তাৰ হয় আটাইকেইজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in