বৃহস্পতিবাৰে মুকলি কৰা হ’ব অসম জাতীয় পৰিষদৰ ইস্তাহাৰ…

বৃহস্পতিবাৰে মুকলি কৰা হ’ব অসম জাতীয় পৰিষদৰ ইস্তাহাৰ…
  • বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হ'ব ।
  • আৰ্থ-সামাজিক সমস্যাসমূহ সমাধানৰ বাবে লক্ষ্য আগত ৰাখি প্ৰস্তুত কৰা হৈছে এই ইস্তাহাৰ ।
  • বৃহস্পতিবাৰে ৪ বজাত অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত মুকলি কৰা হ'ব ইস্তাহাৰ ।
  • অজাপৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে মুকলি কৰিব ইস্তাহাৰ ।
  • ইস্তাহাৰ মুকলি অনুষ্ঠানত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকিব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in