আন ৫০টা সমষ্টিত অসম জাতীয় পৰিষদৰ কোনে কোনে পালে প্ৰাৰ্থিত্ব…

আন ৫০টা সমষ্টিত অসম জাতীয় পৰিষদৰ কোনে কোনে পালে প্ৰাৰ্থিত্ব…
  • অসম জাতীয় পৰিষদৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ।
  • ৫০টা সমষ্টিত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে দলটোৱে।
  • ৭ মাৰ্চ, ২০২১ত প্ৰকাশ কৰা তালিকাত প্ৰাৰ্থিত্ব লাভ কৰা সকল-

পাথাৰকাণ্ডি- হুমায়ুন কবিৰ।

ধলাই- ৰাম ৰতন ডুচাদ।

উদাৰবন্দ- আইমুল হক লস্কৰ।

লক্ষীপুৰ- আলিমুদ্দিন মজুমদাৰ।

কাটিগড়া- সাধন বাবু সিনহা।

ধুবুৰী- আজাদ আলী শ্বেইখ।

গৌৰীপুৰ- আৰিকুল ইছলাম।

গোলকগঞ্জ- মনোজ কুমাৰ ৰয়।

বিলাসীপাৰা (পূব)-কানুলাল দাস।

বঙাইগাঁও- দিপু চৌধুৰী।

বিজনী- ৰূপম কুমাৰ দাস।

গোৱালপাৰা (পূব)- ইমদাদ হুছেইন।

গোৱালপাৰা (পশ্চিম)- চফিউৰ ৰহমান।

পাটাছাৰকুছি- পবিন্দ্ৰ ডেকা।

ছয়গাঁও- দেৱজিৎ অধিকাৰী।

পলাশবাৰী- পংকজ লোচন দেৱ গোস্বামী।

গুৱাহাটী (পূব)- অদীপ কুমাৰ ফুকন।

হাজো- দুলু আহমেদ।

ৰঙীয়া- ড০ বাবুল চহৰীয়া।

নলবাৰী- নগেন ডেকা।

বৰক্ষেত্ৰী- পুলকেশ বৰুৱা।

ধৰ্মপুৰ- ড০ শিখিৰ কুমাৰ শৰ্মা।

বৰচলা- উপেন ৰাজ নাথ।

তেজপুৰ- জানমণি বৰা।

বিশ্বনাথ- দুল দুল বৰকটকী।

বিহালী- অঞ্জন উপাধ্যায়।

গহপুৰ- ড০ গোপাল ফুকন।

জাগীৰোড- বুলুল দাস।

মৰিগাঁও- বাণীকান্ত দাস।

লাহৰীঘাট- শ্বমজিদা য়াছমিন।

ৰহা- উৎপল বনিয়া।

চামগুৰি- আমিনুল ৰহমান।

কলিয়াবৰ- মুকুল বৰুৱা।

লামডিং- মৌচুমী শৰ্মা।

গোলাঘাট- বীণা শইকীয়া।

যোৰহাট- নিৰোধ চাংকাকতি।

মাজুলী- শিশুধৰ দলে।

তিতাবৰ- শৈলেন্দ্ৰ কুমাৰ হাজৰিকা।

মৰিয়নী- অলক ঘোষ।

আমগুৰি- চন্দ্ৰ বৰুৱা।

মাহমৰা- মানিক গগৈ।

সোণাৰী- গৌতম হাতীমুৰীয়া।

নাওবৈচা- পুতলী কায়স্থ।

লখিমপুৰ- ৰঞ্জন বৰপাত্ৰ গোঁহাই।

মৰাণ- সঞ্জীৱ চাংমাই।

লাহোৱাল- লিখন বৰুৱা।

টিংখং- মিলন সোণোৱাল।

নাহৰকটীয়া- লুৰীণজ্যোতি গগৈ।

চাবুৱা- ৰাফেল কুজুৰ।

ডুমডুমা- সুৰেশ ভূমিজ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in