ন্যায়াধীশ অজয় লাম্বাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি…

ন্যায়াধীশ অজয় লাম্বাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তি…
  • গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ নিযুক্তি।
  • এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অজয় লাম্বাক নিযুক্তি দিয়া হৈছে।
  • ৫ অক্টোবৰত তেখেতক দিয়া হয় নিযুক্তি।
  • ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীক চিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে।
  • ৭ অক্টোবৰত নৱ নিযুক্ত ন্যায়াধীশ অজয় লাম্বাই কৰিব শপত গ্ৰহণ।
  • ৰাজভৱনত শপত গ্ৰহণ কৰি আনুষ্ঠানিকভাৱে মুখ্য ন্যায়াধীশৰ কাৰ্যভাৰ গ্ৰহণ কৰিব তেখেতে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in