এআইইউডিএফৰ বিধায়ক আজিজ খানৰ দেহৰক্ষী প্ৰত্যাহাৰ

এআইইউডিএফৰ বিধায়ক আজিজ খানৰ দেহৰক্ষী প্ৰত্যাহাৰ

  • এআইইউডিএফৰ বিধায়ক আজিজ খানৰ দেহৰক্ষী প্ৰত্যাহাৰ।
  • নিৰ্বাচন আয়োগে প্ৰত্যাহাৰ কৰিলে দেহৰক্ষী।
  • কৰিমগঞ্জৰ ১৫৩নং ভোটকেন্দ্ৰত ৰিগিং চলোৱাৰ অভিযোগ বিধায়কজনৰ বিৰুদ্দে।
  • অভিযোগৰ পিছতে নিৰ্বাচনী পৰ্যবেক্ষকে চলালে তদন্ত।
  • তদন্তৰ পিছতে প্ৰত্যাহাৰ কৰে আজিজ খানৰ দেহৰক্ষী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in