বাইক ষ্টান্ট কৰা যুৱকৰ বাবেই গুৱাহাটীৰ এআইডিচিত পথ দূৰ্ঘটনা, এগৰাকী যুৱতী গুৰুতৰ ভাবে আহত…

বাইক ষ্টান্ট কৰা যুৱকৰ বাবেই গুৱাহাটীৰ এআইডিচিত পথ দূৰ্ঘটনা, এগৰাকী যুৱতী গুৰুতৰ ভাবে আহত…
  • গুৱাহাটীৰ AIDC ৰ সন্মুখত ভয়ংকৰ পথ দূৰ্ঘটনা ।
  • পথ দূৰ্ঘটনাত গুৰুতৰ ভাবে আহত এগৰাকী যুৱতী ।
  • AS 01-DS-5255 নম্বৰৰ এখন বাহনে খুন্দা মাৰে যুৱতী গৰাকীক ।
  • তাৰ পিছতে এখন বাইকে খুন্দা মাৰে বাহন খনত ।
  • এই দূৰ্ঘটনাৰ পিচতে ব্যাপক যানজঁট পথটোত ।
  • যুৱতী গৰাকীয়ে পথ অতিক্ৰম কৰিব লওতেই খুন্দিয়াই বাহনে ।
  • সংকট জনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হয় যুৱতী গৰাকীক ।
  • দ্ৰুত গতিত বাইক ষ্টাণ্ট কৰি আহিছিল যুৱক জন ।
  • ১০০ ৰো অধিক বেগত আছিল বাইক আৰোহী গৰাকী ।
  • বাইক আৰোহী গৰাকীৰ বাবে সংঘটিত হয় পথ দূৰ্ঘটনাটো ।
  • কেটিএম বাইক খনৰ নম্বৰ AS-01-EL-7294

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in