কোনে পাব টিকটঃ অগপৰ চূড়ান্ত তালিকা কিছু সময়ৰ পাছতে…

কোনে পাব টিকটঃ অগপৰ চূড়ান্ত তালিকা কিছু সময়ৰ পাছতে…
  • আজি প্ৰকাশ কৰা হব অসম গণ পৰিষদৰ চূড়ান্ত তালিকা।
  • সংবাদমেল যোগে ২৬টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব নেতৃত্বই।
  • বিজেপি, অগপ আৰু upplৰ নেতৃত্বই সম্বোধন কৰিব সংবাদমেল।
  • উল্লেখ্য যে, ইতিমধ্যে বিজেপিয়ে ৭০জনীয়া আৰু কংগ্ৰেছে ৪০জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে।
  • অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলেও ঘোষণা কৰিছে প্ৰাৰ্থিত্বৰ তালিকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in