নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিজেপিৰ ৭০ শতাংশ বিধায়ক!

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • বিজেপিৰে অগপৰ মিত্ৰতাক লৈ মন্তব্য অগপৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতা।
  • 'মিত্ৰতাৰ প্ৰশ্নই আহিব নোৱাৰে।'
  • '১০ ডিচেম্বৰত চূড়ান্ত পত্ৰ দিয়া হৈছে অমিত শ্বাহক।'
  • 'অগপ এতিয়া বিৰোধী আৰু ৰাইজৰ পক্ষত।'
  • 'ৰাজ্যপালক মিত্ৰতা ভংগৰ বিষয়ে জনাবলগীয়া নাই।'
  • 'ইয়াকে লৈ বিভ্ৰান্ত সৃষ্টি কৰিছে একাংশই।'
  • 'বিধানসভা অধিবেশনত অগপ বিৰোধীৰ আসনত বহিব।'
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত বিজেপিৰ ৭০ শতাংশ বিধায়ক নাই বুলিও মন্তব্য কৰে তেওঁ।
  • 'বিজেপিৰ ভিতৰত গোপন ভোট হ'লেই ওলাই পৰিব এই কথা।'
  • 'বিধেয়কক লৈ মুখ্যমন্ত্ৰী নিজেই মনোকষ্টত আছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in