অগপই মিত্ৰতা ভংগ কৰিলেও চিন্তিত নহয় বিজেপি!

  • অগপই মিত্ৰতা ভংগ কৰিলেও চিন্তিত নহয় বিজেপি৷
  • চৰকাৰ গঠন কৰিবৰ বাবে প্ৰয়োজনীয় আসন আছে বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ৷
  • বিজেপি-বিপিএফৰ মিত্ৰজোঁটৰ আসনেই যথেষ্ট চৰকাৰ গঠনৰ বাবে৷
  • মিত্ৰজোঁটৰ চৰকাৰত এতিয়াও আছে ৭৪ জন বিধায়ক৷
  • বিজেপি দলৰ আছে ৬১ ন বিধায়ক৷
  • বিপিএফ দলৰ আছে ১২ জন বিধায়ক৷
  • গণ শক্তি দলৰ ভূৱন পেগুৰো আছে বিজেপিৰ প্ৰতি সমৰ্থন৷
  • অগপই মিত্ৰতা ভংগ ঘোষণা কৰাৰ পাছতো আত্মবিশ্বাসী হৈ আছে বিজেপি৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in