অগ্নিবীৰে লাভ কৰিব অসম আৰক্ষীত চাকৰি, ঘোষণা মুখ্যমন্ত্ৰীৰ

অগ্নিবীৰে লাভ কৰিব অসম আৰক্ষীত চাকৰি, ঘোষণা মুখ্যমন্ত্ৰীৰ
  • দেশজুৰি অগ্নিপথ আঁচনিক লৈ তীব্ৰ জংগী আন্দোলন অব্যাহত।
  • সেই সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা।
  • অগ্নিপথ আঁচনিত অন্তৰ্ভূক্ত হোৱা অগ্নিবীৰ সকলে অসম আৰক্ষীত লাভ কৰিব চাকৰি।
  • ইফালে দেশজুৰি অগ্নিপথ আঁচনি প্ৰত্যাহাৰৰ দাবীত হিংসাত্মক আন্দোলন অব্যাহত আছে।
  • আন্দোলনকাৰীয়ে জ্বলাই দিছে যাত্ৰীবাহী ৰেলো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in