ৰাজ্যত পুনৰ কোভিডত দুজন লোকৰ মৃত্যু..

ৰাজ্যত পুনৰ  কোভিডত দুজন লোকৰ মৃত্যু..
  • ৰাজ্যত পুনৰ কোভিডত দুজন লোকৰ মৃত্যু ।
  • ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হস্পিতালত মৃত্যু কোকৰাঝাৰ নগৰৰ লোক দুজনৰ ।
  • লোক দুজন নিৰূপম নাৰ্জাৰী, উমা চৰণ নাৰ্জাৰী ।
  • কোকৰাঝাৰৰ উপায়ুক্তই সদৰী কৰিলে এই তথ্য ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in