শেহতীয়া খবৰ
তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা...  •  তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা...  •  পৰিবহন বিভাগত বিত্তীয় খেলিমেলি, মহানগৰীৰ ডিটিঅ’ সহ ৪জনক নিলম্বন...  •  কোৰোনাত আক্ৰান্ত বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক..  •  চলিত শিক্ষাবৰ্ষ ৩ মাহ বৃদ্ধিৰ প্ৰস্তাৱ মাধ্যমিক শিক্ষা বিভাগৰ...  •  ভয়ংকৰ দৃশ্য! মাজুলীত বাঁহৰ দলং ভাঙি পানীত বাগৰিল ২০ জন... VIDEO  •  কাশ্মীৰৰ পৰা সেনা জোৱানক অপহৰণ সন্ৰাসবাদীৰ...  •  বিমান যাত্ৰীসকলৰ বাবে দুঃখবৰ....  •  দুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪জনৰ মৃত্যু...  •  মানকাচৰত পুনৰ ৩জনৰ দেহত কোভিড-১৯, জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৮ জনলৈ বৃদ্ধি...

অমিতাভ বচ্চনৰ পাছতেই অভিষেকৰ দেহতো ধৰা পৰিল কোৰোনা পজিটিভি…

852
  • অমিতাভ বচ্চনৰ পাছতেই পুত্ৰ অভিষেক বচ্চনৰ দেহতো ধৰা পৰিছে কোভিড-১৯ পজিটিভ।
  • কিছু সময় পূৰ্বে অভিষেকৰ পিতৃ অমিতাভ বচ্চনৰ দেহত কোৰোনাৰ উপস্থিতি ধৰা পৰিছিল।
  • তাৰপাছতেই কৰা হৈছিল পৰিয়ালৰ সকলো সদস্যৰে কোভিড-১৯ টেষ্ট।
  • এই কথা টুইটাৰযোগে নিজেই জনাইছিল বিগ বিয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি