আফগানিস্তানৰ নিৰ্বাচনী ৰেলীত সংঘটিত হোৱা বোমা বিস্ফোৰণত নিহতৰ সংখ্যা ২২ লৈ বৃদ্ধি

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ১৪ অক্টোবৰত আফগানিস্তানত সংঘটিত হোৱা বোমা বিস্ফোৰণত নিহতৰ সংখ্যা ২২ জনলৈ বৃদ্ধি।
  • উত্তৰ পূব আফগানিস্তানৰ এটা নিৰ্বাচনী ৰেলীত হৈছিল বোমা বিস্ফোৰণ।
  • শনিবাৰে মৃতকৰ সংখ্যা আছিল ১২ আৰু আহত হৈছিল ৩৫ জন লোক।
  • ২০ অক্টোবৰত অনুষ্ঠিত হব আফগানিস্তানৰ নিৰ্বাচন ।
  • নিৰ্বাচনৰ পূৰ্বে কুটাঘাতমূলক ঘটনা বৃদ্ধি হোৱাৰো আশংকা কৰিছে প্ৰশাসনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in