আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ হৰমিট সিঙৰ..

আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ হৰমিট সিঙৰ..
  • গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰিলে ADGP হৰমিট সিঙে।
  • পূৰ্বৰ আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তাৰ পৰা হৰমিট সিঙে গ্ৰহণ কৰিলে এই দায়িত্ব।
  • জনসাধাৰণ তথা সংবাদ মাধ্যমেৰে মিলি কাম কৰি যোৱাৰ আশ্বাস হৰমিট সিঙৰ।
  • অপৰাধমুক্ত গুৱাহাটী আৰু সুৰক্ষাৰ ক্ষেত্রত কাম কৰি যোৱাৰ আশ্বাস আৰক্ষী আয়ুক্ত হিচাপে দায়িত্ব লোৱা হৰমিট সিঙৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in