অসমৰ ভ্ৰাম্যমান জগতৰ প্ৰথম গৰাকী অভিনেত্ৰী অনুপমা ভট্টাচাৰ্য আৰু নাই…

অসমৰ ভ্ৰাম্যমান জগতৰ প্ৰথম গৰাকী অভিনেত্ৰী অনুপমা ভট্টাচাৰ্য আৰু নাই…
  • বিশিষ্ট অভিনেত্ৰী অনুপমা ভট্টাচাৰ্য আৰু নাই।
  • দেওবাৰে আবেলি ৫.৫০ বজাত শেষ নিশ্বাস ত্যাগ কৰে অনুপমা ভট্টাচাৰ্য।
  • ভ্ৰাম্যমাণৰ প্ৰথম গৰাকী নায়িকা আছিল অনুপমা ভট্টাচাৰ্য।
  • প্ৰবীন অভিনেত্ৰীগৰাকী গুৰুতৰভাৱে অসুস্থ হৈ আছিল।
  • অসমীয়া চলচিত্ৰ আৰু ভ্ৰাম্যমান জগতৰ শক্তিশালী অভিনেত্ৰী আছিল ভট্টাচাৰ্য।
  • চিৰাজ নাটকতো তেওঁ নায়িকা হিচাপে অভিনয় কৰিছিল।
  • কোভিডত আক্ৰান্ত হৈছিল অভিনেত্ৰীগৰাকী।
  • জিএমচিএইচৰ আইচিইউত ভৰ্তি কৰা হৈছিল তেওঁক।
  • শনিবাৰৰ নিশা ভৰ্তি কৰা হৈছিল জিএমচিএইচৰ আইচিইউত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in