শেহতীয়া খবৰ
ৰাজধানীৰ 'কেৱ' চালকৰ কন্যা অৰ্পিতাৰ সাফল্য...  •  CPI(M)ৰ প্ৰতিবাদঃ ধনশিৰি মহকুমাধিপতিৰ যোগদি মুখ্যমন্ত্ৰীলৈ ৯ দফীয়া স্মাৰক পত্ৰ প্ৰেৰণ...  •  নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত UPSC,APSC, IFS ৰ সন্দৰ্ভত কৰ্মশালা...  •  উচ্চতৰ মাধ্যমিকত নগাঁৱত তিনিটা শাখাত উত্তীৰ্ণৰ হাৰ গড়ে ৮৮.১১শতাংশ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  গহপুৰ শংকৰদেৱ শিক্ষা নিকেটনৰ সাফল্যঃ প্ৰথমটো বেটছৰ ১০০ শতাংশই উত্তীৰ্ণ, ৩৯ গৰাকীয়ে পালে ষ্টাৰ নম্বৰ...  •  মৰিগাঁৱত কৰুণ ঘটনাঃ বাঢ়নী পানীত পৰি মৃত্যু শিশু, কিশোৰৰ...  •  ৩.৫ কোটিৰে BVFCL  চিকিৎসালয় নৱীকৰণৰ কাম আৰম্ভঃ মাইক্ৰপেথ লেবৰেটৰী আৰু  আলট্ৰাছাউণ্ড মেছিন ৰাইজৰ সেৱাত মুকলি...  •  বটদ্ৰৱা কাণ্ডৰে জড়িত আশ্বিকুলৰ ফলাফলে কন্দুৱাইছে পৰিয়ালক...  •  জামুগুৰিত ৰৈ থকা ট্ৰাকত বাইকৰ খুন্দাঃ থিতাতে নিহত ২ জন...

অসমৰ ভ্ৰাম্যমান জগতৰ প্ৰথম গৰাকী অভিনেত্ৰী অনুপমা ভট্টাচাৰ্য আৰু নাই…

  • বিশিষ্ট অভিনেত্ৰী অনুপমা ভট্টাচাৰ্য আৰু নাই।
  • দেওবাৰে আবেলি ৫.৫০ বজাত শেষ নিশ্বাস ত্যাগ কৰে অনুপমা ভট্টাচাৰ্য।
  • ভ্ৰাম্যমাণৰ প্ৰথম গৰাকী নায়িকা আছিল অনুপমা ভট্টাচাৰ্য।
  • প্ৰবীন অভিনেত্ৰীগৰাকী গুৰুতৰভাৱে অসুস্থ হৈ আছিল।
  • অসমীয়া চলচিত্ৰ আৰু ভ্ৰাম্যমান জগতৰ শক্তিশালী অভিনেত্ৰী আছিল ভট্টাচাৰ্য।
  • চিৰাজ নাটকতো তেওঁ নায়িকা হিচাপে অভিনয় কৰিছিল।
  • কোভিডত আক্ৰান্ত হৈছিল অভিনেত্ৰীগৰাকী।
  • জিএমচিএইচৰ আইচিইউত ভৰ্তি কৰা হৈছিল তেওঁক।
  • শনিবাৰৰ নিশা ভৰ্তি কৰা হৈছিল জিএমচিএইচৰ আইচিইউত।