শেহতীয়া খবৰ
১৫/২০ দিন পূৰ্বেই কাজিৰঙা হত্যা কৰিলে গঁড়, গমেই নাপালে বনবিভাগে...  •  বেলটত বন্দী হ'ল ২২নং মেৰবিল নাহৰকটীয়া ঠেঙাল কছাৰী স্বায়ত্ব শাসিত সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ ভাগ্য...  •  ব্যতিক্ৰম দৰাঃ বিবাহস্থলীত অতিথি অপ্যায়নৰ পৰিৱৰ্তে ব্যস্ত ৰক্ত দানত...  •  ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতাত উজ্বলিল গোবিন্দপুৰ মজলীয়া বিদ্যালয়  •  ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...

চিকিৎসালয়ত ভৰ্তি জনপ্ৰিয় অভিনেতা ৰজনীকান্ত…

  • দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা ৰজনীকান্ত চিকিৎসালয়ত ভৰ্তি।
  • চেন্নাইৰ কৌভেৰী হাস্পতালত ভৰ্তি হৈছে অভিনেতাগৰাকী।
  • তেওঁ স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়খনত ভৰ্তি হোৱা বুলি জানিব পৰা গৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি