প্ৰেম প্ৰত্যাখান কৰা বাবেই নগাঁৱত যুৱতীক এচিডেৰে আক্ৰমণ

প্ৰেম প্ৰত্যাখান কৰা বাবেই নগাঁৱত যুৱতীক এচিডেৰে আক্ৰমণ
  • নগাঁৱৰ শালনাত যুৱতীক এচিডেৰে আক্ৰমণ।
  • প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখান কৰাৰ বাবেই সঞ্জয় সৰকাৰ নামৰ যুৱকজনে এচিড নিক্ষেপ কৰাৰ অভিযোগ।
  • যুৱতীগৰাকীৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃকো আক্ৰমণ যুৱকজনৰ।
  • বুধবাৰে নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।
  • নিশাই যুৱতীগৰাকীক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।
  • ঘটনাৰ পিছতে পলায়ন কৰে অভিযুক্ত সঞ্জয় সৰকাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in