যোৰাবাটত পথ দুৰ্ঘটনা, আহত ৩…

যোৰাবাটত পথ দুৰ্ঘটনা, আহত ৩…
  • মঙলবাৰে পুৱা মহানগৰীৰ যোৰাবাটত পথ দুৰ্ঘটনাত আহত ৩জন।
  • ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ কয়লাভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত।
  • দুৰ্ঘটনাত চালক আব্দুল মালিক, গকুল সাহা আৰু হেণ্ডিমেন আব্দুল আলী গুৰুতৰভাৱে আহত।
  • তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে আহিছিল ট্ৰাকখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in