শেহতীয়া খবৰ
চামগুৰি বিলত শ শ মাছৰ মৃত্যু, পৰিভ্ৰমী পক্ষীলৈও আহিছে চৰম ভাবুকি...  •  ৮ বছৰে সম্পূৰ্ণ নহ'ল ৰৌতা-ওদালগুৰি সংযোগী পথ...  •  পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...

যোৰাবাটত পথ দুৰ্ঘটনা, আহত ৩…

195
  • মঙলবাৰে পুৱা মহানগৰীৰ যোৰাবাটত পথ দুৰ্ঘটনাত আহত ৩জন।
  • ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধ কয়লাভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত।
  • দুৰ্ঘটনাত চালক আব্দুল মালিক, গকুল সাহা আৰু হেণ্ডিমেন আব্দুল আলী গুৰুতৰভাৱে আহত।
  • তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে আহিছিল ট্ৰাকখন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি