কোকৰাঝাৰত এবছুৰ প্ৰতিবাদ…

কোকৰাঝাৰত এবছুৰ প্ৰতিবাদ…

কোকৰাঝাৰত এবছুৰ প্ৰতিবাদ…

  • কোকৰাঝাৰত এবছুৰ প্ৰতিবাদ।
  • অভয়াকুটি কাণ্ডৰ প্ৰতিবাদ কোকৰাঝাৰত ।
  • হাতে হাতে বেনাৰ -ফেষ্টুন লৈ প্ৰতিবাদ এবছুৰ ।
  • কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপৰ শিশু উদ্যানৰ সন্মুখত প্ৰতিবাদ এবছুৰ ।
  • অভয়াকুটিৰ দুই নাৱালিকাক ধৰ্ষণ আৰু হত্যাৰ গোচৰট ফাষ্টট্ৰেক আদালতত বিচাৰৰ দাবী ।
  • হত্যাকাৰীক ফাঁচিৰ দাবী এবছুৰ।
  • ভুক্তোভোগীৰ পৰিয়াললৈ এককালিন সাহাৰ্য প্ৰদানৰো দাবী সংগঠনটোৰ ।
  • জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ দাবী ।
  • জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ এবছুৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in